অসমশীৰ্ষ

সন্ধানহীন জাতীয় নায়ক! সন্ধান পালে খবৰ দিয়ক

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমীয়া জাতিৰ সংকটৰ সময়ত জাতীয় নায়ক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্ধানহীন। জাতীয় নায়কক বিচাৰি নাপাই  উপায় নাপাই পথৰ দাতিঁত জাননিফলক লগালে কটন কলেজৰ ছাত্ৰই । কেৱল ইমানেই নহয় কোনো ব্যক্তিয়ে জাতীয় নায়কৰ সন্ধান পালে খবৰ দিবলৈও অনুৰোধ জনালে। কিন্তু এই ঘটনাৰ আঁৰত নাগৰিকত্ব সংশোধনী আইন। আজি  মুখ্যমন্ত্ৰী গৰাকীয়ে কটন বিশ্ববিদ্যালয়ৰ এখন সভাত অংশগ্ৰহন কৰাৱ কথা আছিল কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ত জাতীয় নায়কৰ কোনো প্ৰতিক্ৰিয়া নেদেখি এনেদৰে ফলক লগাই প্ৰতিবাদ সাব্যস্ত কৰে কটনৰ ছাত্ৰসমাজে।


 

Related Articles

Leave a Reply

Close