অসম

হাতভৰি বন্ধা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নিউজ ডেস্ক, প্ৰথম খবৰ: তিতাবৰত হাতভৰি বন্ধা অৱস্থাত এটা অচিনাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। স্থানীয় লোকে যুৱতী গৰাকীক ধৰ্ষন কৰি হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। এতিয়ালৈকে যুৱতী গৰাকীৰ কোনো চিনাক্তকৰন হোৱা নাই।

Related Articles

Leave a Reply

Close