অসম

“২০ জন সাংবাদিকলৈ ‘মিডিয়া ফেলশ্বি’প”

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যৰ সংবাদ ক্ষেত্ৰলৈ ভাল খবৰ। ২০জনকৈ সাংবাদিকক অসম চৰকাৰে প্ৰদান কৰিব ‘মিডিয়া ফেলশ্বি’প’। অহা ২৩ মে’ৰ দিনৰ ১২ বজাত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচিত ২০ জন সাংবাদিকলৈ  বঁটা প্ৰদান কৰিব৷

Related Articles

Leave a Reply

Close