
নিউজ ডেস্ক, প্ৰথম খবৰ: চাৰ্লিল চোপ্ৰাৰ ঘৰলৈ নতুন আলহী আহিছে৷ এয়া হৈছে এখন মাৰ্চিডিজ বেঞ্জৰ জিএলএছ এছইউভি৷ গাড়ী লৈ আৰু ৰৈ থাকিব পাৰি নেকি? লগে লগে চাৰ্লিনে ফটো আৰু ভিডিঅ’ আপলোড কৰিলে ইনষ্টাগ্ৰামত৷
টাইমছ অব্ ইণ্ডিয়াৰ সাংবাদিকৰ প্ৰশ্নত এবাৰ নাচিলেও অভিনেত্ৰীগৰাকীয়ে৷