অসম

ৰংজুলিত হাতীৰ তাণ্ডৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰংজুলিত বনৰীয়া হাতীৰ তাণ্ডৱত দুজন আহত হৈছে। এগৰাকী গৰ্ভৱতী মহিলাৰ লগতে এটা শিশু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Close