অসমশীৰ্ষ

ৰে’লত ১৯ কিলোগ্ৰাম গাঞ্জাসহ আটক এজন

নিউজ ডেস্ক,প্ৰথম খবৰ: দেওবাৰে লামডিং ষ্টেচনত নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা হয় ১৯  কিলোগ্ৰাম গাঞ্জাসহ এজন গাঞ্জা সৰবৰাহকাৰী। আৰ পি এফৰ হাতত আটক হোৱা ধৃত লোকজনৰ নাম অশোক সাহানী। ধৃত লোকজন বৰ্তমান লামডিং জি আৰ পিৰ হাতত আবদ্ধ।

Related Articles

Leave a Reply

Close