অসম

প্ৰথম খবৰ,বিহালী:বিশ্বনাথৰ বিশ্বনাথ চাৰিআলিস্থিত এপেক্স বেংকৰ সন্মুখত প্ৰতিবাদত বহিল ভূক্তভোগী গ্ৰাহক৷ বেংক কৰ্তৃপক্ষই গ্ৰাহকৰ ধন হৰলুকি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ৷ বেংক কতৃপক্ষৰ ওপৰত গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ বিষয়টোৰ ওপৰত উচিত তদন্তৰ মাধ্যমেৰে গ্ৰাহক সকলক সুৰক্ষিত কৰাৰ দাবীত এই প্ৰতিবাদ৷

Related Articles

Leave a Reply

Close