অসমশীৰ্ষ

নিৰ্মিয়মান ছাদ খহি মৃত্যু বিশ্ববিদ্যালয়ৰ ছাত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: মহানগৰীৰ লংকেশ্বৰত এক অঘটন। নিৰ্মিয়মান বিল্ডিংৰ  ছাদ খহি মৃত্যু হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ। লগতে এই ঘটনাত আন এজন ছাত্ৰ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যায়ন কৰি থকা ছাত্ৰ দুজনৰ ঘৰ বিশ্বনাথ চাৰিআলিত। ৰূপক ৰয় নামৰ ছাত্ৰজনৰ  কৰুণ মৃত্যুত সংমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close