শীৰ্ষৰাষ্ট্ৰীয়

Not For Sale! বিক্ৰী যোৱাৰ ভয়ত লুকাই ৰাখিছে কংগ্ৰেছী বিধায়কক

নেচনেল ডেস্ক,প্ৰথম খবৰ: কৰ্ণাটকৰ বিধানসভা গঠনক লৈ চলি থকা নাটকৰ সামৰণি। বিজেপীয়ে ১০৪খন আসন লাভ কৰিছিল কিন্তু চৰকাৰৰ গঠনৰ বাবে প্ৰয়োজন আৰু ৮খন আসন। এই ৮খন আসনৰ বাবে বিজেপিয়ে প্ৰত্যেকজন বিধায়কক ১০০ কোটিকৈ টকাৰ লগতে মন্ত্ৰীত্বৰো অফাৰ দিয়াৰ অভিযোগ তুলিছে কংগ্ৰেছে। বিধায়কক বেচা- কিনা কৰিব নোৱাৰাকৈ এক গোপন ফাৰ্ম হাউছত লুকুৱাই ৰাখিছে কংগ্ৰেছী বিধায়কক। কিন্তু এই গোপন হাউছত উপস্থিত নাই কেইবাজনো বিধায়ক। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে কংগ্ৰেছৰ নেতা-কৰ্মী।

Related Articles

Leave a Reply

Close