শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটকত হানি-খুচি বিজেপি কৰ্মীক হত্যা

নেচনেল ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকৰ চিকমংগলুৰত কিছুসময় পূৰ্বে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভাৰতীয় জনতা পাৰ্টীৰ এজন কৰ্মীক নৃশংসভাৱে হত্যা। চুৰিৰে উপৰ্যুপৰি আঘাত কৰাৰ ফলত মৃত্যু ঘটে বিজেপি কৰ্মীজনৰ। এই মুহূৰ্তলৈ কৰ্মীজনৰ নাম জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close