আন্তঃৰাষ্ট্ৰীয়শীৰ্ষৰাষ্ট্ৰীয়

চেলুট প্ৰযুক্তিবিদ্যা! চাউলতকৈ সৰু কম্পিউটাৰৰ আৱিষ্কাৰ

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিচিগন বিশ্ববিদ্যালয়ত আৱিষ্কাৰ হ’ল বিশ্বৰ আটাইতকৈ সৰু কম্পিউটাৰটো। ০.৩ মি.মিটাৰ অৰ্থাৎ এটা চাউলৰ সমান কম্পিউটাৰটো। কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ নিশ্বয়তা আৰু ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব এই কম্পিউটাৰটোৱে।

Related Articles

Leave a Reply

Close