অসম

পাষণ্ড টেম্পুচালকৰ জঘন্য কাণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ:   বঙাইগাৱৰ অভয়াপুৰীত এক জঘন্য কাণ্ড সংঘটিত হৈছে। এজন পাষণ্ড টেম্পুচালকে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰে। ছাত্ৰীৰ অভিযোগৰ ভিত্তিত স্থানীয় ৰাইজে অভিযুক্ত টেম্পুচালক ধ্ৰৱজ্যোতি দাসক আতক কৰি আৰক্ষীক গটাই দিছে।

Related Articles

Leave a Reply

Close