অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জাগুনত জোঁৰ সমদল

প্ৰথম খবৰ,জাগুন :নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জাগুনত আজি সন্ধিয়া সাত বজাৰ পৰা আঠ বজালৈ এঘন্টীয়া কাৰ্যসূচীৰে জাগুন বজাৰৰ পৰা লামা তিনি আলিলৈ প্ৰায় তিনি কিলোমিটাৰৰ ১৫৩ নম্বৰ লেখাপানী ষ্টিলৱেল পথত জাগুনৰ স্থানীয় ৰাইজ,টাই আহোম যুৱ পৰিষদ, নিবনুৱা সন্থাৰ জাগুন আঞ্চলিক সমিতিয়ে হাতে-হাতে বেনাৰ, ফেষ্টুন আৰু জোঁৰ লৈ তীব্ৰ প্ৰতিবাদ কৰে।

Related Articles

Leave a Reply

Close