অসম

মাজুলীত অঘটন,খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত কেইজন

প্ৰথম খবৰ,মাজুলী:মাজুলীত বিষক্ৰিয়াত আক্ৰান্ত ১৫০ৰো অধিক লোক। ডাইৰিং পেগু নামৰ লোকজনৰ ঘৰত প্ৰসাদ খাই অসুস্থ শিশু–মহিলাসহ ডেৰ শতাধিক লোক। পেটৰ বিষ আৰু বমিত আক্ৰান্ত লোকসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। উজনি মাজুলীৰ মোৱামাৰী গাঁৱত এই বিষক্ৰিয়াৰ ঘটনা।

Related Articles

Leave a Reply

Close