অসমশীৰ্ষ

সকলো চাকৰিৰ সন্ধান এতিয়া বিশেষ এপত

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান সময়ত চাকৰি সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ৷ বৰ্তমান সময়ত চাকৰি লাভ কৰাটো কিছুমানৰ বাবে সহজ যদিও আন কিছুমানৰ বাবে ই আকৌ বহু কষ্টকৰ হোৱা দেখা পোৱা যায়৷ কিন্তু চাকৰি বিচাৰি নোপোৱাখিনিৰ বাবে আছে এটা সু-খবৰ৷ এতিয়াৰপৰা চাকৰি বিচৰাত নিবনুৱাসকলক সহায় কৰিব এটা বিশেষ এপে। মাত্ৰ ৪৫ ছেকেণ্ডতে এই এপৰ জৰিয়তে আপুনি চাকৰি বিচাৰিবলৈ সক্ষম হ’ব। আচলতে ই এটা বিশেষ প’ৰ্টেল যাৰ জৰিয়তে অতি সহজে আপুনি বিচাৰিব পাৰিব চাকৰি। এই বিশেষ প’ৰ্টেল নিৰ্মাণ কৰিছে ৱৰ্ক এন আৰ বি আই নামৰ এটা সংস্থাই। বৰ্তমান এই প’ৰ্টেল দিল্লী, মুম্বাই, বাংগালুৰু, জয়পুৰ আৰু হায়দৰাবাদত কাৰ্যকৰী হৈছে।

Related Articles

Leave a Reply

Close