অসম
স্বামীয়ে হত্যা কৰিলে পত্নীক

প্ৰথম খবৰ,মৰাণ:মৰাণত পতিৰ হাতত নিহত পত্নী। মৰাণ চেপন বৰতানি লাইনৰ চুনীয়া বাউৰীয়ে ইটা আৰু ৰডেৰে মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে পত্নী ৰামেশ্বৰী বাউৰীক।হত্যাকাৰী চুনীয়া বাউৰীক গ্ৰেপ্তাৰ কৰিছে মৰাণ থানাৰ আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ এ এম চি এইছলৈ।