অসমশীৰ্ষ

নকল কৰাৰ অভিযোগত ৯৫গৰাকী ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ পৰা বহিষ্কাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ধুবুৰীৰ গেৰামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল D EL EDৰ পৰীক্ষা। জিলা উপায়ুক্তই চলোৱা অভিযানত নকল কৰাৰ বাবে ৯৫ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিছে। এই অভিযান বৰ্তমানেও সমগ্ৰ জিলাখনত অব্যাহত আছে।

Related Articles

Leave a Reply

Close