অসমশীৰ্ষ

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে মমতা বেনাৰ্জীৰ বৈঠক

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আজি সন্ধিয়া ৬ বজাত এই বৈঠকত মিলিত হ’ব দেশৰ দুই মন্ত্ৰীয়ে। সোমবাৰে অসমৰ পৰা বঙালী-বিহাৰীক খেদাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য কৰাৰ পিছত এন আৰ চি সন্দৰ্ভতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে মমতা বেনাৰ্জীয়ে বৈঠকত বহাৰ সম্ভাৱনা।

Related Articles

Leave a Reply

Close