অসমশীৰ্ষ

ওৰাঙত অাক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ওৰাংৰ পৰা গোপাল নাথ,প্ৰথম খবৰ: পৃথক কমতাপুৰ অাৰু জনজাতিকৰণৰ দাৱীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই অাহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ নামনি অসমৰ বিভিন্ন ঠাইৰ লগতে ওদালগুৰি জিলাৰ ওৰাঙতো দেখা পোৱা গ’ল সৰ্বাত্মক। অাজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধত ওৰাঙৰ সকলো দোকান-পোহাৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ লগতে চৰকাৰী বে-চৰকাৰী প্ৰতিষ্ঠান সমুহো বন্ধ থাকে। অৱশ্যে এই বন্ধত অাৰক্ষীবেষ্টনীৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে কিছু যান-বাহন চলাচল কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close