অসমশীৰ্ষ

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল

বিশ্বজিৎ দাসৰ ৰীপৰ্ট, প্ৰথম খবৰ: আজি হোটেল ৰাজধানী ৰিজেন্সীত এক সংবাদমেলৰ আয়োজন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত কৰে আজিৰ এই সংবাদমেল। এই সংবাদমেলত ‘৩০ জুলাইৰ দিনটো অসমৰ বাবে এটা ঐতিহাসিক দিন’ বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles

Leave a Reply

Close