অসমশীৰ্ষ

মৰাণত চোৰাং তেলৰ ৰমৰমীয়া বেহা

প্ৰথম খবৰ, মৰাণ: মৰাণত অব্যাহত আছে চোৰাং তেলৰ ৰমৰমীয়া বেহা। আৰক্ষীক মেনেজ কৰি এচাম দুষ্টচক্ৰই মৰাণত অত্যাধিক হাৰত চলাই গৈছে এই কাৰ্য। এনে চোৰাং তেলৰ বেহা চলাই থকাৰ সময়তে যোৱা নিশা মৰাণ মিৰিহোলাত ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শতাধিক লিটাৰ চোৰাং তেল। অৱশ্যে ইয়াৰ লগত জড়িত লোকসকল পলাই যাবলৈ সক্ষম হয় ৰাইজৰ হাতৰ পৰা।

Related Articles

Leave a Reply

Close