অসমশীৰ্ষ

মৰাণত ২৩ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, মৰাণ: মঙ্গলবাৰে মৰাণৰ মেঘা চাহ বাগিচাৰ ৫ নং ছেক্টৰৰ ড্ৰেইনত উদ্ধাৰ হয় সুনীতা ভূঞা নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ মৃতদেহ। উল্লেখ্য যে ৯ নং থাওৰা চাহ বাগিচাৰ বাসিন্দা বীৰেন ভূঞাৰ জীয়ৰী সুনীতা ভূঞা যোৱা ২০ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু আজি এই মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এই ঘটনা সন্দৰ্ভত বৰ্তমান ডিব্ৰুগড় জিলাৰ মৰাণ পুলিচে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

Leave a Reply

Close