অসম

ৰঙিয়াত শৰীৰ চৰ্চাৰ পাৰ্ক উদ্বোধন

প্ৰথম খবৰ,ৰঙিয়া:মংগলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ সাংসদ পূজিৰ পৰা ১০ লাখ টকা অনুদানেৰে আজি ৰঙিয়াত এক শৰীৰ চৰ্চাৰ পাৰ্ক উদ্বোধন কৰা হয়। উদ্বোধন কৰে সাংসদ ৰমেন ডেকাই। পাৰ্কত শৰীৰ চৰ্চাৰ বিভিন্ন সামগ্ৰী যোগান ধৰা হয়। এই সামগ্ৰী সমূহেৰে ৰঙিয়াৰ ৰাইজক সুস্থ দেহ আৰু মনৰ অধিকাৰী হ’বলৈ সাংসদ ডেকাই সকলোকে আহ্বান জনায়।

Related Articles

Leave a Reply

Close