অসমশীৰ্ষ

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীৰ গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীক লৈ উত্তাল নগাঁও৷ আজি মন্ত্ৰীগৰাকীৰ গৃহ জিলা নগাঁওত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ পুত্তলিকা দাহ কৰাৰ লগতে নগাঁৱৰ কৃষ্ণাইঘাটত ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

Related Articles

Leave a Reply

Close