অসমশীৰ্ষ

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ তাণ্ডৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: শুক্ৰবাৰে অহা এজাক বৰষুণত এতিয়া কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। মহানগৰীৰ অতি ব্যস্ত অঞ্চল গণেশগুৰি, ভঙাগড়, জু-ৰোড, গুৱাহাটী ক্লাব, চানমাৰি, অম্বিকাগিৰি নগৰ, বেলতলা, যোৰাবাট, ছয়মাইলকে ধৰি পাঞ্জাবাৰী এতিয়া বানৰ কবলত। কৃত্ৰিম বানৰ ফলত ব্যাহত যাতায়াত ব্যৱস্থা আৰু জনজীৱন।

 

 

Related Articles

Leave a Reply

Close