অসমশীৰ্ষ

নাহৰকটীয়া থানাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ 

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি নাহৰকটীয়া থানাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে বিজেপিৰ যুৱ সংগঠন জনতা যুৱ মৰ্চাই। উল্লেখ্য যে এন আৰ চিকলৈ অসমত অসামৰিক গৃহযুদ্ধৰ সূচনা হৈছে বুলি কোৱা আৰু খ্ৰীষ্টান, মুছলমান, দলিতক দেশৰ পৰা উলিয়াই দিয়াৰ ষড়যন্ত্ৰ চলিছে বুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰিয়ে এই এজাহাৰ দাখিল কৰে বিজেপিৰ যুৱ সংগঠনটোৱে।

Related Articles

Leave a Reply

Close