অসমশীৰ্ষ

পাঠশালাত আছুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি আছুৱে পাঠশালাত ঘেৰাও কৰে পাঠশালা বিদ্যুৎ বিভাগৰ কাৰ্যালয়৷ উল্লেখ্য যে বজালীত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী সমদল উলিওৱাৰ লগতে পাঠশালা বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্তৰে উত্তাল কৰি তোলে পাঠশালাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় চৌহদ৷

Related Articles

Leave a Reply

Close