অসমশীৰ্ষ

শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে ৰাজেন গোহাঁইক, সুস্মিতা দেৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ পদত্যাগৰ দাবীত মঙ্গলবাৰে উত্তাল হৈ পৰে মহানগৰী৷ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত মহিলা কংগ্ৰেছে মঙ্গলবাৰে গুৱাহাটীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ৷ এই প্ৰতিবাদত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে পদ এৰাৰো দাবী কৰে সাংসদ সুস্মিতা দেৱে৷

Related Articles

Leave a Reply

Close