অসমশীৰ্ষ

সোণাৰিত ৰেলে কাটিলে এজনক

প্ৰথম খবৰ, সোণাৰি: আজি সোণাৰিৰ চফ্ৰাইত ৰেলৰ তলত পৰি মৃত্যু হয় এজন লোকৰ। নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছৰ তলত পৰি নিহত হোৱা লোকজনক লালন শ্বাহ বুলি চিনাক্ত কৰা হয়। নিহত লালনৰ ঘৰ চফ্ৰাইৰ মোহন গাঁৱত বুলি জানিব পৰা যায়।

Related Articles

Leave a Reply

Close