আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

১৮ আগষ্টত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব ইমৰাণ খানে

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: অহা ১৮ আগষ্ট তাৰিখে তেহৰিক–এ–ইনচাফ দলৰ অধ্যক্ষ ইমৰাণ খানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। ইছলামাবাদৰ এখন হোটেলত অনুষ্ঠিত সংসদীয় কমিটীৰ এক বৈঠকত তেহৰিক–এ–ইনচাফ দলে ইমৰাণ খানক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।

Related Articles

Leave a Reply

Close