অসমশীৰ্ষ

আদালতৰ অনুমতিত কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ এ পি এছ চিৰ তিনি বিষয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: ১৫৯/২০১৭ গোচৰৰ ওপৰত ভিত্তি কৰি আদালতে জনোৱা গ্ৰেপ্তাৰৰ অনুমতি সাপেক্ষে আজি কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয় বিকাশ পিঞ্চা, কৌশিক কলিতা আৰু কুনাল দাস নামৰ এ পি এছ চিৰ তিনি বন্দী বিষয়াক৷ উল্লেখ্য যে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰীত দালাল হিচাপে কাম কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় এই তিনি বিষয়াক৷

Related Articles

Leave a Reply

Close