অসমশীৰ্ষ

কৰ্মসূত্ৰে চেন্নাইলৈ যোৱাৰ পথত সন্ধানহীন তিনিচুকীয়াৰ যুৱক

নিউজ ডেস্ক, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাকৰ আমগুৰী গাঁও নিবাসী অনিত্ৰ খাটোৱাল নামৰ ব্যক্তিজন যোৱা কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছে৷ উল্লেখ্য যে ৩৬ বছৰীয়া অনিত্ৰ খাটোৱাল নামৰ এই লোকজন কৰ্মসূত্ৰে ৰেলেৰে চেন্নাইলৈ যোৱাৰ পথতে সন্ধানহীন হৈ পৰে৷ কোনো সদাশয় ব্যক্তিয়ে যদি এই লোকজনৰ সন্ধান লাভ কৰে তেনেহলে ৮৭২৪৮৪৮৯১৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অনিত্ৰৰ পৰিয়ালে৷

Related Articles

Leave a Reply

Close