
বিহুৰ বতৰত জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধিৰ Good News। এইবাৰ পৰিচিত সাংবাদিকৰ প্ৰেমত পৰিছে হিয়া মেধি! কেৱল প্ৰেমত পৰাই নহয়, পৰিচিত তিনি সাংবাদিকক ভাল লগাৰ কথাৰে গীতো গাইছে হিয়া মেধিয়ে। নেন’ গাড়ী, কিচিম কিচিম ভাৱনা, হস্তীৰ কন্যা, ফাটা পেণ্ট, মন পখিলা আদি গীতেৰে অসমৰ শ্ৰোতা দৰ্শকৰ সৈতে পৰিচিত হৈ পৰা হিয়া মেধিয়ে প্ৰেমক লৈ বাস্তৱ জীৱনত খুবেই সচেতন। সাংবাদিকৰ সৈতে সঁচা প্ৰেম, নে কেৱল গীতৰ বাবেই উল্লেখ প্ৰেমৰ কথা? হিয়া মেধিৰ প্ৰেমিক সলনি হৈ থাকে নেকি? হিয়া মেধিৰ আছুতীয়া সাক্ষাত্কাৰ চাওঁক প্ৰথম খবৰ ইউটিউব চেনেলত-