আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

অন্তিম মিনিটত ইৰানক আক্ৰমণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে

নিউজ ডেস্ক, প্ৰথম খবৰ: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ড্ৰোনে ইৰানৰ আকাশী সীমা উলংঘা কৰাৰ অজুহাতত ড্ৰোন ভূপতিত কৰে ইৰানে, ইয়াকে লৈ খৰ্বহস্ত হৈ পৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ। ইৰানক আক্ৰমণৰ বাবে সাজু হোৱা সৈন্যক অন্তিম মিনিতত বাধা প্ৰদান কৰে ৰাষ্ট্ৰপতি ডোনাল্দ ট্ৰাম্পে। ট্ৰাম্পে কয় যে “ইৰানক আক্ৰমণ কৰা সময় এতিয়া নহয়, সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব।”

Related Articles

Leave a Reply

Close