শীৰ্ষৰাষ্ট্ৰীয়

গুৰুগ্ৰামত স্পেনিছ মহিলাক ধৰ্ষণ, অভিযুক্ত ধৃত

গুৰুগ্ৰাম: শুকুৰবাৰে নিশা এগৰাকী স্পেনিছ পৰ্যটক ধৰ্ষণৰ বলি হয় গুৰুগ্ৰামত৷ ইতিমধ্যে, ধৰ্ষণৰ অভিযুক্তক আটক কৰি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে৷ অভিযোগ অনুসৰি, শুকুৰবাৰে এটা নৈশ পাৰ্টীৰ পাছতে মহিলাগৰাকীক বলাৎকাৰ কৰে এটা প্ৰযোজনা প্ৰতিষ্ঠানৰ সহকাৰী প্ৰবন্ধকজনে৷ উল্লেখ্য যে মহিলাগৰাকীয়ে এটা তথ্য প্ৰযুক্তি কোম্পানীত এবছৰৰ বাবে ইণ্টাৰ্ণশ্বিপত আছে৷

Related Articles

Leave a Reply

Close