অসমশীৰ্ষ

জুবিন গাৰ্গৰ বিৰুদ্ধে থানাই থানাই ৰুজু হ’ব গোচৰ

প্ৰথম খবৰ প্ৰতিবেদন:
আকৌ বিতৰ্কত জুবিন গাৰ্গ৷ এইবাৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু আকৌ লগুণ৷ ব্ৰাহ্মণৰ লগুন ছিঙিব লাগে আৰু ব্ৰাহ্মণক মাৰিব লাগে বুলি এক অনুষ্ঠানত দিয়া মন্তব্যক লৈ জুবিন গাৰ্গৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ, অসম নামৰ সংগঠনটো৷ সংগঠনটোৱে জুবিন গাৰ্গৰ অবিবেচকী মন্তব্যক লৈ প্ৰতিখন জিলাতে গোচৰ তৰাৰ সিদ্ধান্ত লৈছে৷ উল্লেখ্য যে, কাঞ্চনজংঘা নামৰ জুবিন গাৰ্গৰ নৱতম ছবিখনৰ কথা ক’বলৈ যাওতে জুবিন উল্লেখ কৰিছে জাতি ভেদৰ কথা৷ জুবিনে কৈছে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই৷

Related Articles

Leave a Reply

Close