খেলশীৰ্ষ

পুনৰ উজলিল হিমা

নিউজ ডেস্ক, প্ৰথম খবৰ:অসম কন্যা হিমা দাসে পুণৰ এবাৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক গৌৰবান্বিত কৰিবলৈ সক্ষম হ’ল।হিমাই ১৫দিনৰ ভিতৰত চাৰিটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ’ল।চেক ৰিপাব্লিকত চলি থকা টবোৰ এথেলেটিকচত হিমাই মহিলাৰ শাখাত ২৩.২৫ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰে।ইয়াৰ পূৰ্বেও ২০১৯ বৰ্ষত ২,৬,আৰু ১৪ জুলাইত হিমাই লাভ কৰে তিনিটা স্বৰ্ণ পদক।

Related Articles

Leave a Reply

Close