খেলশীৰ্ষ

ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱ থাপাই

নিউজ ডেস্ক,প্ৰথম খবৰ:পুনৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম সন্তান শিৱ থাপা।প্ৰেচিডেন্টচ কাপত ভাৰতৰ এয়া প্ৰথমটো স্বৰ্ণ পদক।কাজাকিস্তানৰ নুৰ চুলতান ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন।বক্সিংৰ ৬৪ কেজি শাখাত শিৱ থাপাই লাভ কৰে স্বৰ্ণ পদক।থাপাৰ স্বৰ্ণ লাভে এতিয়া সমগ্ৰ ভাৰতবাসীক উৎফুল্লিত কৰিছে।

Related Articles

Leave a Reply

Close