আন্তঃৰাষ্ট্ৰীয়

ভাৰত চৰকাৰৰ নতুন সিদ্ধান্ত

নিউজ ডেস্ক প্ৰথম খবৰ:
এইবাৰ গুগল, টুইটাৰ,ফেচবুকত
এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিশত ভাৰত চৰকাৰ | চৰকাৰে ২০ কোটি আয়সীমা আৰু
৫০০,০০০ ব্যবহাৰকাৰী আন্তর্জাতিক ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ আয়সীমা নিৰ্ধাৰণ কৰাৰ চিন্তা চৰ্চা কৰিছে। যত গুগল, ফেচবুক আৰু টুইটাৰ দৰে আন্তর্জাতিক কোম্পানি বোৰে স্থানীয় ভাবে অৰ্জ কৰা পৰা প্ৰত্যক্ষ কৰ দিব লাগিব। এই ব্যবস্থা SEP ৰ অধীনত নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ দেশৰ বাজেটত এই কথা উত্থাপন হৈছিল। এই সিদ্ধান্তই পৰবৰ্তী সময়ত ভাৰতৰ অৰ্থনীতি ত কি প্ৰভাব পেলাব সেইয়াহে লক্ষণীয় হব।

Related Articles

Leave a Reply

Close