অসম

বৃহত্তৰ ৰঙামাটি অঞ্চলত স্বাধীনতা দিৱস উদ্‌যাপন

প্ৰথম খবৰ: বৃহত্তৰ আউলাচৌকা আৰু ৰঙামাটি অঞ্চলত আজি ৰাষ্ট্ৰৰ ৭৩তম স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷আউলাচৌকাৰ শংকৰদেৱশিশুনিকেন,পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় ,জ্ঞান বিজ্ঞান জাতীয় বিদ্যালয় ,নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়,ৰঙামাটি পাবলিক হাইস্কুল ,দীননাথ চহৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে ২২২নং সৰুঠেকেৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় ,বালিকা প্ৰাথমিক বিদ্যালয়,আৰতি সংঘ সৰুঠেকেৰাবাৰী ,বইনাওজা প্ৰাথমিক বিদ্যালয়ৰ উপৰিও আন বহু কেইখন বিদ্যালয়ে ৭৩তম স্বাধীনতা দিৱস উদ্‌যাপন কৰে ৷

Related Articles

Leave a Reply

Close