অসম

মঙলদৈৰ ৰাম হৰিত চতুৰ্থ বাৰ্ষিক গণেশ পূজাৰ আয়োজন

প্ৰথম খবৰ,মঙলদৈ:  প্ৰথম খবৰ,মঙলদৈ: মঙলদৈৰ নিকটবৰ্তী ৰামহৰিৰ ৰামহৰি অনুসূচিত জাতি যুৱ উন্নয়ন পৰিষদৰ প্ৰাঙ্গণত দুদিনীয়া কাৰ্য সূচীৰে চতুৰ্থ বাৰ্ষিক গণেশ পূজাৰ আয়োজন কৰিছে উদ্যোক্তা সকলে ৷অহা ইংৰাজী ২আৰু ৩ ছেপ্তেম্বৰত উৎসৱ অনুষ্ঠিত হব ৷২ ছেপ্তেম্বৰৰ দিনাপুৱা জল আনয়ন সন্ধি , ঘট স্হাপন ,
পৰিৱেশ নিকাকৰণ ,ধৰ্ম ধজা উত্তোলন ,পতাকা উত্তোলন কৰিব সভাপতি ৰতন দাসে ৷ ৷আবেলি বয়োজেষ্ঠ সকলক সম্বৰ্ধনা জনোৱা হব ৷সেই দিনা সন্ধিয়া প্ৰাইজমাণী আৰতি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব ৷ ৩ ছেপ্টম্বৰত৷পুৱা হস্ত সুত্ৰ প্ৰদান ,দোলনী প্ৰতিষ্ঠা, কুমকুম জলকেলি অনুষ্ঠানৰ পিছত পুজাৰ৷প্ৰতিমা লৈ বিশেষ শোভাযাত্ৰাৰে মঙলদৈ নদীলৈ গৈ প্ৰতিমা বিসৰ্জন দিয়া হব বুলি সমিতিৰ তৰফৰ পৰা জনাইছে।

Related Articles

Leave a Reply

Close