অসমশীৰ্ষ

মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাফাই অভিযান

প্ৰথম খবৰ,অশ্বিনীকুমাৰ শৰ্মা, মঙলদৈ:মঙলদৈৰ বিভিন্ন অঞ্চলত অলপতে হৈ যোৱা প্ৰলয়ংকৰী বান পানীৰ কবলত পৰা লোক সকলক এই বিদ্যালয় পঢ়াকোঠাত থাকিবলৈ দিয়া হৈছিল ৷ ইয়াৰ শিবিৰৰ পৰা মানুহ বোৰ ওলাই গ’ল যদিও কোঠা আৰু বিদ্যালয়ৰ সমুখৰ ঠাইবোৰ অতি দুৰ্গন্ধ ময় হোৱাত পৰিস্কাৰ আৰু প্ৰদূষণ মুক্ত কৰাৰ বাবে জিলা পানী যোগান আৰু অনাময় সমিতিৰ লগতে আন কেইবাটাও চৰকাৰী বিভাগৰ কৰ্মচাৰী সকলে একে লগে বান সাহায্য শিবিৰ পৰিস্কাৰ অভিযান চলোৱাৰ এয়া এক বিশেষ মুহূৰ্তৰ দৃশ্য ৷

Related Articles

Leave a Reply

Close