অসম

যোৰহাটৰ স্বেচ্ছাসেৱী সংস্থা “সহযোগী”ৰ উদ্যোগত সাহাৰ্য্য বিতৰণ

প্ৰথম খবৰ,যোৰহাট: “সহযোগী”ৰ বিষয়ববীয়া, সদস্য তথা শুভাকাংক্ষী সকলৰ আৰ্থিক অনুদানেৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত পাখিমাৰি গাওঁৰ মদন দাসৰ চিকিৎসাৰ বাবে আজি আৰ্থিক সাহায্য আগবঢ়ায়। সংস্থাৰ সাধাৰণ সম্পাদক সিদ্ধাৰ্থ বৰুৱাৰ নেতৃত্বত সহযোগীৰ হৈ বৰঙনি আগবঢ়োৱা ব্যক্তি সকল হৈছে ক্ৰমে ড° সৌমিত্ৰ পূজাৰী
আনন্দ আগৰৱালা (শংকৰ বিয়েৰিং)প্ৰবীৰ শইকীয়া, মুন্না প্ৰসাদ, প্ৰশান্ত ঠাকুৰীয়া,কৰিমুজ জামান, সিদ্ধাৰ্থ বৰুৱা, ৰণোজ দাস
মঃ চফিকুল হুছেইন, নিৰ্মল চনী, ভৱানী শংকৰ শৰ্মা, বাবলু শৰ্মা (লক্ষ্মী চুইটচ)
সত্যব্ৰত পূজাৰী, V2 mall অৰ কৰ্মচাৰী সকল, ৰাতুল দত্ত, হেমন্ত জৈন
অম্বিকা ষ্ট’ৰ (এ টি ৰ’ড)হেপ্পী সিং,
বাবলু মিশ্ৰ, প্ৰাঞ্জল কাকতী,বিতুপণ বৰা,প্ৰাণজিত বৰুৱা
জ্যোতিপণ শইকীয়া, পূৰৱী চেতিয়া, সঞ্জিত বৰঠাকুৰ,
মৃণাল দত্ত, খগেন দাস,
বিনীত মেডিকেল (গড় আলি)
দিলিপ ট্ৰেভেলচ(গড় আলি)আদিয়ে।

Related Articles

Leave a Reply

Close