অসমশীৰ্ষ

ডিমাকুছিত একেদিনাই পৃথকে পৃথক ৩ টাকৈ পথ দূৰ্ঘটনা । সময়ত উপস্থিত নহল এম্বুলেঞ্চ

প্ৰথম খবৰ, ভেৰগাওঁ,তীৰ্থ শৰ্মা:ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানৰ অন্তৰ্গত ওদালগুৰি তামুলপুৰ সংযোগী পথত আজি নিশা পৃথকে পৃথকে ৩ টাকৈ পথ দূৰ্ঘটনা সংঘটিত হয় । ঘটনাস্থলিত সময়মতে 108 উপস্থিত নোহোৱাক লৈ উত্তপ্ত পৰিস্থিতি হয় ।# অৱশেষত আৰক্ষীৰ বাহনত নিবলৈ।লোৱাৰ সময়ত 108 উপস্থিত হয়। ডিমাকুছিত অতি শিঘ্ৰে 108 ব্যৱস্থাৰ দাবী জনায় ।

Related Articles

Leave a Reply

Close