অসম

দেওবাৰৰ পৰা ডিমাকুছিত ২৪ তম বড়োলেণ্ড শ্বহীদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি

ৰাজ্যত আৰম্ভ হৈছে ফুটবলৰ জ্বৰ ৷গ্ৰাম্যঞ্চলটো নহয় ইয়াৰ ব্যতিক্ৰম ৷এটা বল দুভৰিৰ যাদু আৰু দৰ্শকৰ হৰ্ষোল্লাস ত উদুলিমুদুলি স্টেডিয়াম,খেলপথাৰত ৷
হয় ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছিত আজিৰে পৰা কেইবা লাখটকাৰ বাজেটেৰে অনুষ্ঠিত হ’ব ২৪ খংস্যক বড়োলেণ্ড গেলেন্তট গল্ড’কাপ ফুটবল ট্ৰুৰনামেন্ট ৷(24th Bodoland Gallants Gold Cup Football Tournament)

ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আৰু ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বছৰো আজিৰে ২২ পৰা ছেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ফুটবল শুভাৰম্ভনী অুনুষ্ঠনত অংশগ্ৰহণ কৰিব বিটিচিৰ উপাধ্যক্ষ নেৰছন বড়ো আৰু এবছুৰ সভাপতি প্ৰমোদ বড়োই । প্ৰতিযোগিতাত দেশৰ বিভিন্ন ফুটবল দলৰ লগতে নাগালেণ্ড, মেঘালয়, আদি বিভিন্ন অঞ্চলৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব । ফাইনেল খেলখন উপভোগ কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বিটিচিৰ তাৰকা সকলো উপস্থিতত থাকিব ৷ খেলৰ মাজতে বৈশাগু,বিহু ,নেপালী,ঝুমুৰ আদি কেইবাটাও কৃষ্টি দলেও নৃত্য প্ৰদৰ্শন কৰিব ৷

Related Articles

Leave a Reply

Close