অসমশীৰ্ষ

৫০ লাখ টকাৰ সাংস্কৃতিক ভৱন ণিৰ্মানৰ আধাৰ শিলা স্হাপন

প্রথম খবৰ , ফকিৰাগ্রাম , কিশোৰ মিশ্রা:কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম  আৰক্ষী চকি অন্তর্গত ফকিৰাগ্রাম শহীদ বেদীৰ কক্ষত সাংস্কৃতিক ভৱন  ণিৰ্মানৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ৫০ লাখ টকাৰে ণিৰ্মান কৰিবলৈ লোৱা সাংস্কৃতিক ভৱনৰ আধাৰ শিলা স্হাপন কৰে ২৯ নম্বৰ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷অনুষ্ঠানত ণিৰ্মানৰ সমিতিৰ  তৰফৰ পৰা বিধায়ক গৰাকীক আৰোনাই এখন দি সম্বৰ্ধনা জনোৱা হয় লগতে ফকিৰাগ্রাম উন্নয়ন সমিতিৰ সভাপতি ৰমেশ চন্দ্র ৰায় দেৱীকো এখনি আৰোনাইৰে আদৰণি জনোৱা হয় ৷আন হাতে অসম চৰকাৰৰ আনটাই বিভাগে আগবঢ়োৱা “সাংস্কৃতিক ভৱন টি আজি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আধাৰ শিলা স্হাপন কৰে ৷উক্ত আধাৰ শিলা স্হাপন  পাক্ষত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সংবাদিক কোয়ে যে ফকিৰাগ্রাম অঞ্চলৰ বহুত পুৰণি দাবি আছিল যে ফকিৰাগ্রামত এখন সাংস্কৃতিক ভৱন নির্মাণ হোবো লাগে সেই মোই অসম চৰকাৰৰ পৰা আলোচনা কৰি এই দাবি পূৰণ কৰিবলে সক্ষম হোলু লগত কোয়ে যে ফকিৰাগ্রাম ৰাইজৰ আৰু এখন দাবি আছে যে ফকিৰাগ্রাম টাউন হোবো লাগে মোই আজি প্রতিশুতি দিলু যে মোৰ কার্যকালত মোই ফকিৰাগ্রামক টাউন বনাম আৰু ফকিৰাগ্রাম টাউন সমিতি গঠন কৰি দিম যাৰ বাবে প্রক্রিয়া চলি আছে। আজিৰ এই অনুষ্ঠানত সমাজ কৰ্মী চিনি ৰাম দাস  ,বি পি এফ ৰ কর্মকর্তা সহ স্থানীয় ৰাইজ সকলে উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close